এয়াৰ স্পেচ উদ্যোগৰ বিকাশৰ বাবে ১০০০ কোটি টকা ধাৰ্য

এয়াৰ স্পেচ উদ্যোগৰ বিকাশৰ বাবে ১০০০ কোটি টকা ধাৰ্য
  • চিভিল এভিয়েচন ক্ষেত্ৰৰ বিকাশ সাধনৰ ওপৰত আগন্তুক সময়ত গুৰুত্ব দিয়া হ'ব।
  • পিপিপি মডেলেৰে দেশৰ ৬টা বিমান বন্দৰ অতি অত্যাধুনিকভাৱে সজোৱা হ'ব।
  • নতুনকৈ বিমান পথ নিৰ্ধাৰণত গুৰু্ত্ব দিয়াৰ কথাও ক'লে সংবাদমেলত।
  • এয়াৰ স্পেচ উদ্যোগৰ বিকাশৰ বাবে ১০০০ কোটি টকা ধাৰ্য।
  • সাধাৰণ নাগৰিকৰ বিমান যাত্ৰাৰ বাবে পূৰ্বতকৈ কিছু প্ৰক্ৰিয়া সৰলীকৰণ কৰা হ'ব।
  • ১২ টা বিমানবন্দৰ অত্যাধুনিক কৰাৰ বাবে ১৩০০০ কোটি টকা ধাৰ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in