শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

এয়াৰ স্পেচ উদ্যোগৰ বিকাশৰ বাবে ১০০০ কোটি টকা ধাৰ্য

534
  • চিভিল এভিয়েচন ক্ষেত্ৰৰ বিকাশ সাধনৰ ওপৰত আগন্তুক সময়ত গুৰুত্ব দিয়া হ’ব।
  • পিপিপি মডেলেৰে দেশৰ ৬টা বিমান বন্দৰ অতি অত্যাধুনিকভাৱে সজোৱা হ’ব।
  • নতুনকৈ বিমান পথ নিৰ্ধাৰণত গুৰু্ত্ব দিয়াৰ কথাও ক’লে সংবাদমেলত।
  • এয়াৰ স্পেচ উদ্যোগৰ বিকাশৰ বাবে ১০০০ কোটি টকা ধাৰ্য।
  • সাধাৰণ নাগৰিকৰ বিমান যাত্ৰাৰ বাবে পূৰ্বতকৈ কিছু প্ৰক্ৰিয়া সৰলীকৰণ কৰা হ’ব।
  • ১২ টা বিমানবন্দৰ অত্যাধুনিক কৰাৰ বাবে ১৩০০০ কোটি টকা ধাৰ্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি