শেহতীয়া খবৰ
কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া

নিৰ্মলা সীতাৰমণৰ সংবাদমেল, কয়লাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ ঘোষণা…

455
  • মুঠ ৮টা ক্ষেত্ৰত আলোচনা কৰা হ’ব সংবাদমেলত।
  • সেইসমূহ হৈছে- কয়লা, খনিজ, প্ৰতিৰক্ষা উৎপাদন, এয়াৰস্পেচ মেনেজমেন্ট, এমআৰঅ’, কেন্দ্ৰীয় শাসিত অঞ্চলত বিদ্যুত যোগান ধৰা কোম্পানী, অন্তৰিক্ষ আৰু আণৱিক শক্তি।
  • ৰাজহ ভাগৰ ভিত্তিত কয়লাৰ বাণিজ্যিকীকৰণ কৰা হৈছে।
  • কয়লা খননত চৰকাৰী একচেটিয়া ব্যৱস্থা নোহোৱা কৰা হৈছে।
  • প্ৰতি টনত নিৰ্দিষ্ট টকাৰ বিনিময়ত এইয়া কৰা হ’ব।
  • কোনো সংস্থাই বা গোটে কয়লাৰ ব্লক মুকলি বজাৰত বিক্ৰী কৰিব পাৰিব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি