নিৰ্মলা সীতাৰমণৰ সংবাদমেল, কয়লাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ ঘোষণা…

নিৰ্মলা সীতাৰমণৰ সংবাদমেল, কয়লাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ ঘোষণা…
  • মুঠ ৮টা ক্ষেত্ৰত আলোচনা কৰা হ'ব সংবাদমেলত।
  • সেইসমূহ হৈছে- কয়লা, খনিজ, প্ৰতিৰক্ষা উৎপাদন, এয়াৰস্পেচ মেনেজমেন্ট, এমআৰঅ', কেন্দ্ৰীয় শাসিত অঞ্চলত বিদ্যুত যোগান ধৰা কোম্পানী, অন্তৰিক্ষ আৰু আণৱিক শক্তি।
  • ৰাজহ ভাগৰ ভিত্তিত কয়লাৰ বাণিজ্যিকীকৰণ কৰা হৈছে।
  • কয়লা খননত চৰকাৰী একচেটিয়া ব্যৱস্থা নোহোৱা কৰা হৈছে।
  • প্ৰতি টনত নিৰ্দিষ্ট টকাৰ বিনিময়ত এইয়া কৰা হ'ব।
  • কোনো সংস্থাই বা গোটে কয়লাৰ ব্লক মুকলি বজাৰত বিক্ৰী কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in