কেৰালাৰ বায়ানাডত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৰোড শ্ব’

কেৰালাৰ বায়ানাডত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৰোড শ্ব’
  • কেৰালাৰ বায়ানাডত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিশাল ৰোড শ্ব'।
  • ৰোড শ্ব'ত হাজাৰোধিক বিজেপি সমৰ্থকৰ অংশগ্ৰহণ।
  • বায়নাডৰ বিজেপি-বিডিজিএছ মিত্ৰজোঁটৰ প্ৰাৰ্থী তুষাৰ ভেল্লাপল্লীৰ হৈ নিৰ্বাচনী প্ৰচাৰ নিৰ্মলা সীতাৰমণৰ।
  • সংসদীয় সমষ্টিটোৰ পৰা কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে দলটোৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in