নীৰৱ মোডীৰ জামিন আবেদনৰ প্ৰসংগত বুধবাৰে পুৱা ১০ বজাত সম্পন্ন হ’ব শুনানি

নীৰৱ মোডীৰ জামিন আবেদনৰ প্ৰসংগত বুধবাৰে পুৱা ১০ বজাত সম্পন্ন হ’ব শুনানি
  • নীৰৱ মোডীৰ জামিন আবেদনৰ শুনানি।
  • পঞ্জাৱ নেশ্যনেল বেংকৰ ১৩০০ কোটি টকা কেলেংকাৰী প্ৰসংগত ৰুজু হৈ আছিল গোচৰ।
  • মঙলবাৰে লণ্ডনৰ ন্যায়ালয়ত হয় শুনানি।
  • শুনানিৰ পিছতে বুধবাৰে নীৰৱ মোডীৰ জামিন আবেদনৰ প্ৰসংগত ন্যায়ালয়ে ৰায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
  • বুধবাৰে পুৱা ১০ বজাত সম্পন্ন হ'ব শুনানি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in