শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ ৰামদাস আথৱাল, নিৰঞ্জন জ্যোতিৰ

72
  • ৰামদাস আথৱালৰ শপত গ্ৰহণ।
  • ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াৰ অধ্যক্ষ তেওঁ।
  • সাধ্বী নিৰঞ্জন জ্যোতিয়েও শপত ল’লে ৰাজ্যিক মন্ত্ৰী ৰূপে।
  • মোডী চৰকাৰত পূৰ্বতেওঁ আছিল ৰাজ্যিক মন্ত্ৰী।
  • বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চিত এইগৰাকী সাংসদ।
  • উত্তৰ প্ৰদেশৰ ফাতেহপুৰ সমষ্টিৰ সাংসদ তেওঁ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি