স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ ৰামদাস আথৱাল, নিৰঞ্জন জ্যোতিৰ

স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ ৰামদাস আথৱাল, নিৰঞ্জন জ্যোতিৰ
  • ৰামদাস আথৱালৰ শপত গ্ৰহণ।
  • ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াৰ অধ্যক্ষ তেওঁ।
  • সাধ্বী নিৰঞ্জন জ্যোতিয়েও শপত ল'লে ৰাজ্যিক মন্ত্ৰী ৰূপে।
  • মোডী চৰকাৰত পূৰ্বতেওঁ আছিল ৰাজ্যিক মন্ত্ৰী।
  • বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চিত এইগৰাকী সাংসদ।
  • উত্তৰ প্ৰদেশৰ ফাতেহপুৰ সমষ্টিৰ সাংসদ তেওঁ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in