জি এন আৰ চিৰ আই চি ইউত চিকিৎসাধীন বিশিষ্ট অভিনেতা নিপন গোস্বামী

জি এন আৰ চিৰ আই চি ইউত চিকিৎসাধীন বিশিষ্ট অভিনেতা নিপন গোস্বামী
  • হঠাৎ অসুস্থ অসমীয়া ছবিজগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামী।
  • বিশিষ্ট অভিনেতাজনক ভৰ্তি কৰা হৈছে জি এন আৰ চি হাস্পতালত।
  • জি এন আৰ চিৰ আই চি ইউত ৰখা হৈছে অভিনেতাজনক।
  • বৰ্তমান তেওঁক চিকিৎসা আগবঢ়াই থকা হৈছে।
  • উৰুৰ অস্থিৰ চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে বিশিষ্ট অভিনেতাজনক।
  • বৰ্তমান তেখেত সংকটমুক্ত যদিও কৰা হ'ব তেখেতৰ অষ্ট্ৰোপচাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in