কোভিডমুক্ত হৈ ঘৰলৈ উভতিল চিত্ৰশিল্পী নীলপৱন বৰুৱা…

কোভিডমুক্ত হৈ ঘৰলৈ উভতিল চিত্ৰশিল্পী নীলপৱন বৰুৱা…
  • কোভিডমুক্ত হৈ ঘৰলৈ উভতিল চিত্ৰশিল্পী নীলপৱন বৰুৱা।
  • জি এম চি এইচৰ পৰা শুকুৰবাৰে ঘৰলৈ যায় বিশিষ্ট চিত্ৰশিল্পীগৰাকী।
  • গামোছা পিন্ধাই তেওঁক বিদায় জনায় জি এম চি এইচৰ কৰ্তৃপক্ষই।
  • হাস্পতালত থকাৰ সময়ছোৱা বিচনাত বহি ছবি আঁকি কটাই দিলে সকলোৰে প্ৰিয় শিল্পী নীলপৱন বৰুৱাই।
  • উল্লেখ্য যে, অতি কম সময়ৰ ভিতৰতে কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিলে বৰুৱাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in