বিশিষ্ট কবি-সমালোচক নীলমণি ফুকনলৈ ডিব্ৰুগড় বিশ্ববিদ্যালৰ ডি লিট সন্মান…

বিশিষ্ট কবি-সমালোচক নীলমণি ফুকনলৈ ডিব্ৰুগড় বিশ্ববিদ্যালৰ ডি লিট সন্মান…
  • বিশিষ্ট কবি-সমালোচক নীলমণি ফুকনক ডি লিট সন্মান প্ৰদান।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক প্ৰদান কৰিলে এই সন্মান।
  • বিশ্ববিদ্যালয়ৰ উপাৰ্চায ড০ ৰঞ্জিত তামুলীৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দলে বিশিষ্ট কবিজনক অৰ্পন কৰে এই সন্মান।
  • এই সন্মান গ্ৰহণ কৰি বিশিষ্ট কবি-সমালোচক নীলমণি ফুকনে ধন্যবাদ জ্ঞাপন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক।
  • লগতে তেওঁ কয়- এজন কবিৰ সৃষ্টিৰ আনন্দ কোনো পুৰষ্কাৰে দিব নোৱাৰে।
  • ডি লিট উপাধি প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাৰ্চায ড০ ৰঞ্জিত তামুলীয়ে কয়- এজন মহান কবি, এজন শিক্ষাবিদক অৱদানৰ প্ৰতি সম্মান জনাই আমি এই উপাধি তেওঁক প্ৰদান কৰিলো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in