নিজাম হুছেইন হত্যাকাণ্ডঃ যোৰাবাটত আটক দুই অভিযুক্ত

  • গোলাঘাটৰ নিজাম হুছেইন হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক
  • যোৰাবাটত আটক হত্যাকাণ্ডৰে জড়িতে অভিযুক্তদ্বয়ক।
  • এখন ট্ৰাকসহ আৰক্ষীয়ে আটক কৰে আজমল খান আৰু ৰাম কিষান যোশী নামৰ অভিযুক্ত দুজনক।
  • সোমবাৰে গোলাঘাটত উদ্ধাৰ হৈছিল নিজামৰ মৃতদেহ।
  • ব্যৱসায়িক সংঘাতৰ বাবে নিজামক হত্যাৰ সন্দেহ একাংশ লোকৰ।
  • বৰ্তমান গোলাঘাট আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে দুয়োকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in