পুৱাই প্ৰবল ভূমিকম্পই জোকাৰিলে নিকোবৰ…

পুৱাই প্ৰবল ভূমিকম্পই জোকাৰিলে নিকোবৰ…
  • প্ৰবল ভূমিকম্পই জোকাৰি গ'ল নিকোবৰ দ্বীপ।
  • বৃহস্পতিবাৰে পুৱাই অনূভূত হয় তীব্ৰ কম্পন।
  • ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ প্ৰাবল্য ৬.০।
  • ভূমিকম্পত হোৱা ক্ষয়ক্ষতিৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in