নিয়াই তদন্ত কৰিব মহানগৰীৰ চেন্ট্ৰেল ম’লৰ সমীপৰ বিস্ফোৰণত জড়িত কোন…

নিয়াই তদন্ত কৰিব মহানগৰীৰ চেন্ট্ৰেল ম’লৰ সমীপৰ বিস্ফোৰণত জড়িত কোন…
  • নিয়াই তদন্ত কৰিব বুধবাৰে সন্ধিয়া জু-ৰোডৰ চেন্ট্ৰেল ম'লৰ সমীপত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ।
  • ঘটনা কোনে সংঘটিত কৰিছিল সেই সম্পৰ্কত চলাব অনুসন্ধান।
  • মহানগৰীৰ কেইবাখনো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বহুকেইজন লোক।
  • এতিয়ালৈকে আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাই দুৰ্বৃত্তৰ।
  • কোনে এই ঘটনা সংঘটিত কৰিলে সেই সম্পৰ্কে নিশ্চিত হোৱা নাই আৰক্ষী।
  • ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে আলফা (স্বাঃ)নে ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে।
  • সন্ধিয়া প্ৰায় ৭বাজি ৪০মিনিটত সংটিত হৈছিল এই বিস্ফোৰণ।
  • ঘটনাক লৈ গোচৰ ৰুজু হোৱা বুলি মন্তব্য আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।
  • ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in