আৰক্ষীৰ কটকটীয়া বেহুৰ মাজেদি গেৰুকামুখলৈ সৰবৰাহ হৈছে এনএইচপিচিৰ টাৰ্বাইন…

আৰক্ষীৰ কটকটীয়া বেহুৰ মাজেদি গেৰুকামুখলৈ সৰবৰাহ হৈছে এনএইচপিচিৰ টাৰ্বাইন…

ডিজিটেল ডেস্কঃ বিৰোধী সংগঠন এতিয়া ব্যস্ত ৰাজনৈতিক দল গঠনত ৷ স্তিমিত হৈ পৰিছে বৃহৎ নদী বান্ধ বিৰোধী আন্দোলনৰ আৰু ইয়াৰে পূৰ্ণ সুযোগ লৈছে এনএইচপিচিয়ে৷

দুভাগ নিশা আৰক্ষীৰ কটকটীয়া বেহুৰ মাজেদি গেৰুকামুখলৈ সৰবৰাহ হৈছে বৃহৎ বৃহৎ যন্ত্ৰণাংশ, টাৰ্বাইনৰ অংশ ৷বিগত তিনি মাহত এনএইচপিচিয়ে সৰবৰাহ কৰিছে প্ৰয়োজনীয় প্ৰায়বোৰ বৃহৎ যন্ত্ৰ আৰু টাৰ্বাইনৰ অংশ ৷ কাণ সাৰ নাই দল সংগঠনৰ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in