শেহতীয়া খবৰ
মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

হোৱাটছএপৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ ইলেক্ট্ৰনিক এণ্ড এনফৰ্চমেন্ট টেকন’লজী মন্ত্ৰণালয়ৰ পত্ৰ…

3,130

ডিজিটেল ডেস্কঃ দেশৰ ইলেক্ট্ৰনিক আৰু ইনফৰ্চমেন্ট টেকন’লজী মন্ত্ৰণালয়ে হোৱাটছএপৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ প্ৰেৰণ কৰিছে এক পত্ৰ। পত্ৰখনত কোৱা হৈছে যে- ভাৰতীয় হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে নতুন টাৰ্ম অৱ ছাৰ্ভিচ আৰু প্ৰাইভেচী পলিচি ঘূৰাই ল’ব অৰ্থাৎ বাতিল কৰিব লাগে।

ভাৰতীয় ইলেক্ট্ৰনিক আৰু ইফৰ্চমেন্ট টেকন’লজী মন্ত্ৰণালয়ে হোৱাটছএপৰ মুখ্য কাৰ্যবাহী বিষয়া বিল কেথৰ্টলৈ প্ৰেৰণ কৰিছে এই পত্ৰখন। লগতে এই পত্ৰখনত মন্ত্ৰণালয়ে কয় যে, চাটৰ ডাটা বিজনেচ একাউণ্টত শ্বেয়াৰ কৰিলে ফেচবুকৰ অন্য কোম্পানীসমূহৰ ব্যৱহাৰকাৰীৰ বিষয়া সকলো তথ্য লাভ কৰিব। যাৰ দ্বাৰা তেওঁলোকৰ গোপনীয় তথ্যবোৰৰ বাবে অতি চিন্তনীয় বিষয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি