শেহতীয়া খবৰ
ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...

উৎকোচ লৈ থাকোতে হাতে-লোটে গ্রেপ্তাৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়া স্বপ্নদীপ গগৈ…

1,845
  • উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়া স্বপ্নদীপ গগৈক গ্রেপ্তাৰ ।
  • উৎকোচ লৈ থাকোতে হাতে-লোটে গ্রেপ্তাৰ কৰে বিষয়াগৰাকীক ।
  • ঠিকাদাৰৰ বিল পাছ কৰাৰ বাবে উৎকোচ লৈছিল বিষয়াজনে ।
  • চিবিআইয়ে গ্রেপ্তাৰ কৰে বিষয়া স্বপ্নদীপ গগৈক ।
  • বিষয়াজনৰ পৰা জব্দ লক্ষাধিক টকা সহ উকা চেক জব্দ কৰে চিবিআইয়ে ।
  • বহু সংখ্যক আপত্তিজনক নথি-পত্রও জব্দ কৰে আৰক্ষীয়ে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি