উৎকোচ লৈ থাকোতে হাতে-লোটে গ্রেপ্তাৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়া স্বপ্নদীপ গগৈ…

উৎকোচ লৈ থাকোতে হাতে-লোটে গ্রেপ্তাৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়া স্বপ্নদীপ গগৈ…
  • উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়া স্বপ্নদীপ গগৈক গ্রেপ্তাৰ ।
  • উৎকোচ লৈ থাকোতে হাতে-লোটে গ্রেপ্তাৰ কৰে বিষয়াগৰাকীক ।
  • ঠিকাদাৰৰ বিল পাছ কৰাৰ বাবে উৎকোচ লৈছিল বিষয়াজনে ।
  • চিবিআইয়ে গ্রেপ্তাৰ কৰে বিষয়া স্বপ্নদীপ গগৈক ।
  • বিষয়াজনৰ পৰা জব্দ লক্ষাধিক টকা সহ উকা চেক জব্দ কৰে চিবিআইয়ে ।
  • বহু সংখ্যক আপত্তিজনক নথি-পত্রও জব্দ কৰে আৰক্ষীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in