অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হ’ব কুল শইকীয়া…

  • অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হ'ব অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান কুল শইকীয়া।
  • উপ সভাপতি হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃনালিনী দেৱী।
  • এক সূত্ৰ অনুসৰি জানিব পৰা গৈছে এই খবৰ।
  • ১৩ ডিচেম্বৰত কৰা হ'ব আনুষ্ঠানিক ঘোষণা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in