কোন ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী

কোন ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী
  • বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা হ'ল ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নাম।
  • অশোক গেহলট হ'ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।
  • শুকুৰবাৰে এই সিদ্ধান্ত কংগ্ৰেছ নেতৃত্বৰ।
  • এক উচ্চস্তৰীয় বৈঠকৰ অন্তত কংগ্ৰেছ নেতৃত্বই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দায়িত্ব অৰ্পণ কৰে গেহলটক।
  • তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শাসন ভাৰ চলাব অশোক গেহলটে।
  • উপ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হ'ব শচীন পাইলটক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in