শেহতীয়া খবৰ
এজনো খিলঞ্জীয়া জনজাতীয় প্ৰতিনিধি নাই সাংবিধানিক ৰক্ষাকৱচ কমিটীতঃ প্রতিক্রিয়া খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ  •  বান সাহায্যৰ নামত অহা ২৪ বেগ চাউলৰ বিতৰণ মাত্ৰ ২ বেগ, কামপুৰত উত্তপ্ত পৰিস্থিতি  •  বুঢ়াচাপৰিত পহু মাংসসহ দুজনক আটক  •  ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা  •  অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO

কিউৱী বাহিনীয়ে বান্ধি দিয়ে ২২০ ৰানৰ লক্ষ্য আগত ৰাখি ফিল্ডত নামিব টীম ইণ্ডিয়া

208
  • ভাৰত-নিউজিলেণ্ডৰ প্রথমখন টি-২০ মেচ।
  • ২০ অভাৰত নিউজিলেণ্ডে সংগ্ৰহ কৰিলে ২১৯ ৰান।
  • ৬টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ২১৯ ৰান।
  • ভাৰতীয় ক্ৰিকেট দলটোক জয় লাভৰ বাবে ২২০ ৰানৰ প্ৰয়োজন।
  • কিছু সময়ৰ পাছতেই বেটিঙৰ বাবে ভাৰতীয় দলটো নামিব খেলপথাৰত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি