প্ৰথমখন টি-২০ মেচত নিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত

প্ৰথমখন টি-২০ মেচত নিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত
  • ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টি-২০ মেচ।
  • নিউজিলেণ্ডে পৰাস্ত কৰিলে ভাৰতীয় ক্ৰিকেট দলটোক।
  • ৬০ ৰানৰ ব্যৱধানত নিউজিলেণ্ডৰ জয় লাভ।
  • টছ জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল ভাৰতে।
  • নিউজিলেণ্ডে ২২০ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতৰ সন্মুখত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in