নিউজিলেণ্ডৰ দুৰ্বৃত্তৰ গুলীচালনাত নিহতৰ সংখ্যা ৪৯জনলৈ বৃদ্ধি…

নিউজিলেণ্ডৰ দুৰ্বৃত্তৰ গুলীচালনাত নিহতৰ সংখ্যা ৪৯জনলৈ বৃদ্ধি…
  • নিউজিলেণ্ডৰ খ্ৰীষ্টচাৰ্চত দুৰ্বৃত্তৰ গুলীচালনাত নিহতৰ সংখ্যা বৃদ্ধি।
  • ৪৯জনলৈ বৃদ্ধি পালে হতাহতৰ সংখ্যা।
  • লীনৱুডত ১০জন আৰু হাগলে পাৰ্কৰ সমীপত নিহতৰ সংখ্যা ৩০জনলৈ বৃদ্ধি।
  • ইতিমধ্যে ৪জন আক্ৰমণকাৰীক আটক।
  • তাৰে ভিতৰত এগৰাকী মহিলা।
  • ৪৮জনকৈ লোক গুৰুতৰভাৱে আহত।
  • আহত সকল বৰ্তমান হাস্পতালত চিকিৎসাধীন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in