তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত শ্ৰীলংকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি…

তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত শ্ৰীলংকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি…
  • দিল্লীত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ শ্ৰীলংকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গোতবায়া ৰাজপক্ষৰ।
  • তিনিদিনীয়া ভ্ৰমণসূচীৰে ২৮ আগষ্টত ভাৰতত উপস্থিত হৈছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকী।
  • শুকুৰবাৰে তেওঁ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰিব।
  • শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি স্বদেশলৈ উভতিব গোতবায়া ৰাজপক্ষ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in