দুৰ্বৃৰ্ত্তৰ গুলীচালনাত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, বাংলাদেশ-নিউজিলেণ্ড টেষ্ট মেচ স্থগিত…

দুৰ্বৃৰ্ত্তৰ গুলীচালনাত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, বাংলাদেশ-নিউজিলেণ্ড টেষ্ট মেচ স্থগিত…
  • নিউজিলেণ্ডৰ কাইস্তচাৰ্চৰ দুটা মছজিদত দুৰ্বৃত্তৰ গুলীচালনা।
  • গুলীচালনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি।
  • আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে ২০ জনৰো অধিক লোক।
  • অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী।
  • প্ৰত্যক্ষদৰ্শীৰ অনুসৰি অট'মেটিক ৰাইফল ব্যৱহাৰ কৰিছিল দুৰ্বৃৰ্ত্তই।
  • নিউজিলেণ্ডৰ আৰক্ষী বিষয়া মাইক বুশ্বৰ সংবাদমেল সম্বোধন।
  • ঘটনাৰ সন্দৰ্ভত এগৰাকী মহিলা আৰু ৩জন পুৰুষক আটক কৰিছে আৰক্ষীয়ে।
  • নাগৰিকক সংকিত নহ'বলৈ আহ্বান আৰক্ষী বিষয়া জনৰ।
  • ইপিনে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশ-নিউজিলেণ্ডৰ মাজত হ'বলগীয়া টেষ্ট মেচ স্থগিত ৰখা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in