শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

দুৰ্বৃৰ্ত্তৰ গুলীচালনাত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, বাংলাদেশ-নিউজিলেণ্ড টেষ্ট মেচ স্থগিত…

495
  • নিউজিলেণ্ডৰ কাইস্তচাৰ্চৰ দুটা মছজিদত দুৰ্বৃত্তৰ গুলীচালনা।
  • গুলীচালনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি।
  • আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে ২০ জনৰো অধিক লোক।
  • অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী।
  • প্ৰত্যক্ষদৰ্শীৰ অনুসৰি অট’মেটিক ৰাইফল ব্যৱহাৰ কৰিছিল দুৰ্বৃৰ্ত্তই।
  • নিউজিলেণ্ডৰ আৰক্ষী বিষয়া মাইক বুশ্বৰ সংবাদমেল সম্বোধন।
  • ঘটনাৰ সন্দৰ্ভত এগৰাকী মহিলা আৰু ৩জন পুৰুষক আটক কৰিছে আৰক্ষীয়ে।
  • নাগৰিকক সংকিত নহ’বলৈ আহ্বান আৰক্ষী বিষয়া জনৰ।
  • ইপিনে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশ-নিউজিলেণ্ডৰ মাজত হ’বলগীয়া টেষ্ট মেচ স্থগিত ৰখা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি