কোভিডৰ ভয়াবহতাৰ বাবে নিউজিলেণ্ড চৰকাৰে বন্ধ কৰিলে ভাৰতীয় ভ্ৰমণকাৰীৰ যাত্ৰা…

কোভিডৰ ভয়াবহতাৰ বাবে নিউজিলেণ্ড চৰকাৰে বন্ধ কৰিলে ভাৰতীয় ভ্ৰমণকাৰীৰ যাত্ৰা…
  • নিউজিলেণ্ড চৰকাৰে বন্ধ কৰিলে ভাৰতীয় ভ্ৰমণকাৰীৰ যাত্ৰা ।
  • কোৰোনাৰ সংক্ৰমন বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত নিউজিলেণ্ড চৰকাৰৰ ।
  • ১১ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিললৈ নিউজিলেণ্ড চৰকাৰে জাৰি কৰে এই নিৰ্দেশনা ।
  • নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নে এই ঘোষণা কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in