নাগৰিকত্ব আইনৰ সমৰ্থনত নিউৰ্য়কত সমদল…

নাগৰিকত্ব আইনৰ সমৰ্থনত নিউৰ্য়কত সমদল…

  • নাগৰিকত্ব সংশোধনী আইনক লৈ দেশে-বিদেশে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে নিউৰ্য়কত আইনখনৰ সমৰ্থনত সমদল।
  • একাংশ প্ৰৱাসী ভাৰতীয়ই দেওবাৰে নিউৰ্য়কত উলিওৱা হয় সমাৱেশ।
  • হাতে হাতে প্লে' কাৰ্ড লৈ অৰ্ধ শতাধিক লোকে সাব্যস্ত কৰিলে আইনখনৰ সমৰ্থনত সমদল।
  • উল্লেখ্য যে, ইয়াৰ বিপৰীতে লণ্ডন, নিউৰ্য়ক, ইংলেণ্ডেক ধৰি বহু স্থানত আইনখনৰ বিপক্ষেও অব্যাহত আছে প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in