শেহতীয়া খবৰ
নগাঁৱৰ মথাউৰি নিৰ্মাণৰ নামত কেলেংকাৰী...  •  মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ  •  ২০২১ত বিজেপিক পৰাভূত কৰিব লাগিব, গঢ়িব লাগিব বিকল্প শক্তিঃ পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আৰু কি ক'লে অখিল গগৈয়ে, VIDEO  •  ৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....

নাগৰিকত্ব আইনৰ সমৰ্থনত নিউৰ্য়কত সমদল…

2,855
  • নাগৰিকত্ব সংশোধনী আইনক লৈ দেশে-বিদেশে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে নিউৰ্য়কত আইনখনৰ সমৰ্থনত সমদল।
  • একাংশ প্ৰৱাসী ভাৰতীয়ই দেওবাৰে নিউৰ্য়কত উলিওৱা হয় সমাৱেশ।

  • হাতে হাতে প্লে’ কাৰ্ড লৈ অৰ্ধ শতাধিক লোকে সাব্যস্ত কৰিলে আইনখনৰ সমৰ্থনত সমদল।
  • উল্লেখ্য যে, ইয়াৰ বিপৰীতে লণ্ডন, নিউৰ্য়ক, ইংলেণ্ডেক ধৰি বহু স্থানত আইনখনৰ বিপক্ষেও অব্যাহত আছে প্ৰতিবাদ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি