শ্বিলঙলৈ যোৱাৰ আগতে এইকেইটা কথা জানি লওক….

শ্বিলঙলৈ যোৱাৰ আগতে এইকেইটা কথা জানি লওক….
  • দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনা আৰু অমিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ৰ সতৰ্কতামূলক ব্যৱস্থা।
  • ৰাজ্যখনত জাৰি কৰা হৈছে নতুন এছ অ' পি।
  • ৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই এছ অ' পি।
  • মেঘালয়ত প্ৰৱেশৰ পূৰ্বে সকলোৰে লাগিব আৰ টি- পি চি আৰ নিগেটিভ ৰিপ'ৰ্ট।
  • ৭২ ঘণ্টাৰ ভিতৰত দেখুৱাব লাগিব নিগেটিভ ৰিপ'ৰ্ট।
  • ৰাজ্যখনত যুগ্ম-অযুগ্ম নীতিৰে চলিব বাহন।
  • সকলোধৰণৰ জনসমাগম, ৰাজনৈতিক, সামাজিক অনুষ্ঠান নিষিদ্ধ।
  • বিবাহৰ অনুষ্ঠানত সৰ্বাধিক ১০০ লোকৰ উপস্থিতিত অনুমতি।
  • শেষকৃত্য অনুষ্ঠানত সৰ্বাধিক ৫০ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব।
  • নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব নৈশ কাৰ্ফিউ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in