শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

শ্বিলঙলৈ যোৱাৰ আগতে এইকেইটা কথা জানি লওক….

  • দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনা আৰু অমিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ৰ সতৰ্কতামূলক ব্যৱস্থা।
  • ৰাজ্যখনত জাৰি কৰা হৈছে নতুন এছ অ’ পি।
  • ৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই এছ অ’ পি।
  • মেঘালয়ত প্ৰৱেশৰ পূৰ্বে সকলোৰে লাগিব আৰ টি- পি চি আৰ নিগেটিভ ৰিপ’ৰ্ট।
  • ৭২ ঘণ্টাৰ ভিতৰত দেখুৱাব লাগিব নিগেটিভ ৰিপ’ৰ্ট।
  • ৰাজ্যখনত যুগ্ম-অযুগ্ম নীতিৰে চলিব বাহন।
  • সকলোধৰণৰ জনসমাগম, ৰাজনৈতিক, সামাজিক অনুষ্ঠান নিষিদ্ধ।
  • বিবাহৰ অনুষ্ঠানত সৰ্বাধিক ১০০ লোকৰ উপস্থিতিত অনুমতি।
  • শেষকৃত্য অনুষ্ঠানত সৰ্বাধিক ৫০ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব।
  • নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব নৈশ কাৰ্ফিউ।