আজি ঘোষণা হ’ব নতুন এছ অ’ পি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • কোভিড সম্পৰ্কে শুকুৰবাৰে প্ৰকাশ পাব নতুন এছ অ' পি।
  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা।
  • ৰাইজক স্বাস্থ্যবিধি মানি চলাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
  • যিসকলে এতিয়াও কোভিড ভেকচিন গ্ৰহণ কৰা নাই, তেওঁলোকক ভেকচিন গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
  • লকডাউনৰ ফালে যাব বিচৰা নাই।
  • নতুন এছ অ' পিত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱাৰ সম্ভাৱনা।
  • বজাৰ-সমাৰত ভিৰ কমোৱাৰ বাবে থাকিব বিশেষ নিৰ্দেশনা।
  • নৈশ কাৰ্ফিউৰ সময়সীমাও সলনি হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in