নতুন SOP- ১১বজালৈ বৃদ্ধি সান্ধ্য আইনৰ সময়, ১০বজালৈকে খুলিব পাৰিব দোকান-পোহাৰ…

নতুন SOP-  ১১বজালৈ বৃদ্ধি সান্ধ্য আইনৰ সময়, ১০বজালৈকে খুলিব পাৰিব দোকান-পোহাৰ…
  • কোভিদক লৈ অসম চৰকাৰৰ নতুন এছ অ পি।
  • এই এছ অ পি অনুসৰি এতিয়াৰে পৰা নিশা ১১বজালৈকে বৃদ্ধি কৰা হৈছে সান্ধ্য আইনৰ সময়সীমা।
  • ১০বজালৈকে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান।
  • এতিয়াৰে পৰা সান্ধ্য আইন প্ৰযোজ্য হব নিশা ১১বজাৰ পুৱা ৫বজালৈ।
  • বাকী প্ৰায় সকলো নিয়ম পূৰ্বৰ দৰেই বাহাল থকাৰ কথা প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in