নতুন নিৰ্দেশনাঃ ১৫দিনৰ বাবে সকলো অফিচ বন্ধ, ১বজাত দোকান বন্ধ, ২বজাৰ পৰা সান্ধ্য আইন…

নতুন নিৰ্দেশনাঃ ১৫দিনৰ বাবে সকলো অফিচ বন্ধ, ১বজাত দোকান বন্ধ, ২বজাৰ পৰা সান্ধ্য আইন…
  • কোৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ ৰাজ্যত নতুন নিৰ্দেশনা।
  • দিনৰ ১বজাৰ লগে লগে সকলো দোকান-পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ।
  • পূৰ্বে এই সময় আছিল দিনৰ ২বজা।
  • ৰাজ্যৰ সকলো সাপ্তাহিক বজাৰ ১৫দিনলৈ বন্ধ ৰখাৰ নিৰ্দেশ।
  • ১বজাৰ লগে লগে সকলো হোটেল ৰেষ্টুৰেন্ট বন্ধ কৰিব লাগিব।
  • ইয়াৰ পিছত হোম ডেলিভাৰী কৰিব পাৰিব হোটেল, ৰেষ্টুৰেন্টে।
  • সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ১৫দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ।
  • সকলো ধৰ্মীয় স্থলী ১৫দিনৰ বাবে বন্ধ ৰাখিব লাগিব।
  • বিয়া বা অন্য ধৰ্মীয় অনুষ্ঠানত ১০গৰাকীতকৈ অধিক লোক সমৱেত হব নোৱাৰিব।
  • দুচকীয়া বাহনত এজন লোকহে চলাচল কৰিব পাৰিব।
  • অটো, কেবত দুগৰাকী লোকৰ অনুমতি।
  • দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সাধাৰ লোকৰ চলাচল নিষেধ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in