বহিঃৰাজ্যৰ পৰা অহা বিমানযাত্ৰীৰ বাবে স্বাস্থ্যমন্ত্ৰীৰ নতুন নিয়ম…

বহিঃৰাজ্যৰ পৰা অহা বিমানযাত্ৰীৰ বাবে স্বাস্থ্যমন্ত্ৰীৰ নতুন নিয়ম…
  • বহিঃৰাজ্যৰ পৰা অহা বিমানযাত্ৰীৰ বাবে নতুন নিয়ম।
  • অহা সপ্তাহৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম।
  • বহিঃ ৰাজ্যৰ পৰা অহা বিমানযাত্ৰীৰ সকলক সৰুসজাইৰ পৰিৱৰ্তে বিমান বন্দৰতে কৰোৱা হ'ব কোভিড পৰীক্ষা।
  • অসমৰ ভিতৰতে বা উত্তৰ পূৱৰ পৰা অহা যাত্ৰীৰ বাবে বাধ্যতামূলক নহয় কোভিড পৰীক্ষা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in