শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ বৰনাম লগোৱা, মূল ভৰলী তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত প্ৰয়াত যোগেশ আতৈৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন...  •  দূৰদৰ্শনৰ জ্যেষ্ঠ বাতৰি পৰিৱেশক নীলম শৰ্মাৰ দেহাৱসান..  •  পাকিস্তানৰ কাপুৰুষালি অব্যাহত! পুৱাৰে পৰা ভাৰতীয় সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ...  •  পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO

ৰেডক্ৰছ ছ’চাইটি ঢকুৱাখনাৰ নতুন সমিতি গঠনৰ বাবে সভা আহ্বান

66

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ ঢকুৱাখনা শাখাৰ এখন সাধাৰণ সভা অহা ২৮ জুলাইত ঢকুৱাখনা নৰ্মাল স্কুলত আয়োজন কৰা হৈছে।

ঢকুৱাখনা শাখাৰ সম্পাদক কুমুদ চন্দ্ৰ শৰ্মা আৰু সভাপতি তথা ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই দিনৰ ১১ বজাত অনুষ্ঠিত হ’বলগা এই সভাখনত ৰেডক্ৰছ ছ’চাইটি ঢকুৱাখনাৰ ভিন্ন কাম কাজ আলোচনাৰ লগতে নতুন সমিতিখন গঠন কৰা হব বুলি জানিবলৈ দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি