ৰেডক্ৰছ ছ’চাইটি ঢকুৱাখনাৰ নতুন সমিতি গঠনৰ বাবে সভা আহ্বান

ৰেডক্ৰছ ছ’চাইটি ঢকুৱাখনাৰ নতুন সমিতি গঠনৰ বাবে সভা আহ্বান

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ ঢকুৱাখনা শাখাৰ এখন সাধাৰণ সভা অহা ২৮ জুলাইত ঢকুৱাখনা নৰ্মাল স্কুলত আয়োজন কৰা হৈছে।

ঢকুৱাখনা শাখাৰ সম্পাদক কুমুদ চন্দ্ৰ শৰ্মা আৰু সভাপতি তথা ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই দিনৰ ১১ বজাত অনুষ্ঠিত হ'বলগা এই সভাখনত ৰেডক্ৰছ ছ'চাইটি ঢকুৱাখনাৰ ভিন্ন কাম কাজ আলোচনাৰ লগতে নতুন সমিতিখন গঠন কৰা হব বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in