শিক্ষা বিভাগত নতুন নিযুক্তিৰ ক্ষেত্ৰত কি ক’লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই?

শিক্ষা বিভাগত নতুন নিযুক্তিৰ ক্ষেত্ৰত কি ক’লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই?
  • ১০৪ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।
  • অনুষ্ঠানটিত উপস্থিত হৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কৰিলে নৱ নিযুক্তিৰ ক্ষেত্ৰত মন্তব্য।
  • 'ন্যায়ালয়ত সৰ্বাধিক গোচৰ থকা বিভাগটোৱে হৈছে শিক্ষা বিভাগ।'
  • 'গোচৰ চলি থকা বাবে নতুন নিযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাছিলো আমি।'
  • 'শীঘ্ৰে পৰ্যায়ক্ৰমে খালী পদবোৰ পূৰণ কৰা হ'ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in