বিধায়ক, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াক নিগম নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষ পদত নিযুক্তি

বিধায়ক, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াক নিগম নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষ পদত নিযুক্তি
  • বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অসম ইলেকট্ৰ'নিকছ ডেভেলপমেন্ট কৰ্পাৰেশ্যনৰ অধ্যক্ষৰূপে নিযুক্তি।
  • এই পদ হ'ব কেবিনেট মন্ত্ৰী পৰ্যায়ৰ।
  • ইমানুল মুছাহাৰীক অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষৰূপে নিযুক্তি।
  • সেই পদো হ'ব কেবিনেট মন্ত্ৰী পৰ্যায়ৰ।
  • অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেডৰ উপাধ্যক্ষৰূপে নিযুক্তি অমল বৈশ্যক।
  • অসম গেছ কোম্পানীৰ অধ্যক্ষৰূপে নিযুক্তি বলিন চেতিয়াক।
  • ইন্দ্ৰ গগৈক গেছ অসম গেছ কোম্পানীৰ উপাধ্যক্ষ হিচাপে নিযুক্তি।
  • ৰামাকান্ত দেউৰীক অসম মীন উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ নিযুক্তি।
  • নৱ বৈশ্যক মীন উন্নয়ন নিগমৰ উপাধ্যক্ষৰূপে নিযুক্তি।
  • অশোক সিংঘালক জি এম ডি এৰ অধ্যক্ষ ৰূপে নিযুক্তি।
  • মুকুতা ডেকাক জি এম ডি এৰ উপাধ্যক্ষৰূপে নিযুক্তি।
  • আমিনুল হক লস্কৰক অসম সংখ্যা লঘু উন্নয়ন আৰু বিত্তীয় নিগম লিমিটেডৰ অধ্যক্ষৰূপে নিযুক্তি।
  • সংখ্যা লঘু উন্নয়ন নিগমত উপাধ্যক্ষৰূপে নিযুক্তি আমিদুৰ ৰহমানক।
  • নোমল মুমিনক আছাম আৰ্বান ৱাটাৰ ছাপ্লাইৰ অধ্যক্ষৰূপে নিযুক্তি।
  • আৰ্বান ৱাটাৰ ছাপ্লাইৰ উপাধ্যক্ষৰূপে নিযুক্তি নীৰেন বৈশ্যক ।
  • আছাম ষ্টেট ডেভেলপমেন্ট কৰ্পাৰেশ্যন ফৰ ছিডুল কাষ্ট লিমিটেডৰ অধ্যক্ষৰূপে নিযুক্তি গুৰুজ্যোতি দাসক।
  • আছাম ষ্টেট ডেভেলপমেন্ট কৰ্পাৰেশ্যন ফৰ ছিডুল কাষ্ট লিমিটেডৰ উপাধ্যক্ষৰূপে নিযুক্তি স্বপ্না মণ্ডলক।
  • অশ্বিনী ৰায় সৰকাৰক আছাম ষ্টেট ডেভেলপমেন্ট কৰ্পাৰেশ্যন ফৰ আডাৰ ৱেকৱাৰ্ড ক্লাছেছৰ অধ্যক্ষ ৰূপে নিযুক্তি।
  • কৃষ্ণমণি চুতীয়াক আছাম ষ্টেট ডেভেলপমেন্ট কৰ্পাৰেশ্যন ফৰ আডাৰ ৱেকৱাৰ্ড ক্লাছেছৰ উপাধ্যক্ষৰূপে নিযুক্তি।
  • দীপক কুমাৰ ৰাভাক আৰ্টফেডৰ অধ্যক্ষৰূপে নিযুক্তি।
  • ৰূপা কামানক আৰ্টভেডৰ উপাধ্যক্ষ নিযুক্তি।
  • প্ৰবীণ হাজৰিকাক আছাম ছীট কৰ্পাৰেশ্যনৰ উপাধ্যক্ষ ৰূপে নিযুক্তি।
  • অশোক ঘোষক অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ নিযুক্তি।
  • অশোক বাট্টা ৰয়ক এ এছ টি চিৰ অধ্যক্ষ নিযুক্তি।
  • হৰিচৰণ বড়োক এ এছ টি চিৰ উপাধ্যক্ষ হিচাপে নিযুক্তি।
  • দিগন্ত ঘাটোৱাৰক আছাম ষ্টেট ৱেৰ হাউছিং কৰ্পাৰেশ্যনৰ অধ্যক্ষ নিযুক্তি।
  • আছাম ষ্টেট ৱেৰ হাউছিং কৰ্পাৰেশ্যনৰ উপাধ্যক্ষৰূপে ৰূমী গোস্বামীক নিযুক্তি।
  • অমিমা বৰাক আছাম টী কোম্পানী লিমিটেডৰ অধ্যক্ষ নিযুক্তি।
  • ছিমাঞ্চল দীঘলক আছাম টী কোম্পানী লিমিটেডৰ উপাধ্যক্ষ নিযুক্তি।
  • বুবুল দাসক আছাম ট্ৰেড প্ৰ'ম'শ্যন অৰ্গনাইজেশ্যনৰ অধ্যক্ষ নিযুক্তি।
  • দিলীপ দাসক আছাম ট্ৰেড প্ৰ'ম'শ্যন অৰ্গনাইজেশ্যনৰ উপাধ্যক্ষ নিযুক্তি।
  • লংকি ফাংছ'ক আছাম হিলছ ইন্ড্ৰাষ্ট্ৰীছ ডেভেলপমেন্ট কৰ্পাৰেশ্যনৰ অধ্যক্ষ নিযুক্তি।
  • বনানি কেম্প্ৰাইক আছাম হিলছ ইন্ড্ৰাষ্ট্ৰীছ ডেভেলপমেন্ট কৰ্পাৰেশ্যনৰৰ উপাধ্যক্ষ নিযুক্তি।
  • ছনু ৰয়ক আছাম মিনাৰেলছ ডেভেলপমেন্ট কৰ্পাৰশ্যেনৰ অধ্যক্ষ নিযুক্তি।
  • শিৱৰাজ ডুবেইক আছাম হাইড্ৰ-কাৰ্বন এনাৰ্জী কোম্পানী লিমিটেডৰ উপাধ্যক্ষ নিযুক্তি।
  • কমল ডেকাক আছাম প্লেন্টেশ্যন কৰ্প ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডৰ উপাধ্যক্ষ নিযুক্তি।
  • বিনোদ কুমাৰ পিপাৰ্ছেনিয়া, আই এ এছ (অৱসৰপ্ৰাপ্ত) এ পি ডি চি এল, এ পি জি চি এল আৰু এ ই জি চি এলৰ অধ্যক্ষৰূপে নিযুক্তি।
  • শ্ৰীমতী টি ৱাই দাস, আই এ এছ (অৱসৰপ্ৰাপ্ত) ষষ্ঠ অসম ফাইনেন্স কমিচনৰ অধ্যক্ষৰূপে নিযুক্তি।
  • মুখ্যমন্ত্ৰীয়ে সোমবাৰে অনুমোদন জনাই এই নিযুক্তিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in