শেহতীয়া খবৰ
তামুলপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত এজন  •  আহমেদাবাদত কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ জনসভাত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO  •  থিয়নামেৰে জীপাল হ'ল বামুণীমৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্ত্তন ঘৰ, চাওক VIDEO...  •  বিজেপিক সমৰ্থনেৰে দিয়া বিবৃতিৰ বাবেই অপসাৰিত হ’ল ২ আক্ৰাছু নেতা  •  ‘বীৰ চক্ৰ’ৰ বাবে ভাৰতীয় বায়ু সেনাৰ পৰা উইং কামাণ্ডাৰ অভিনন্দনৰ নাম প্ৰেৰণ...  •  কোকৰাঝাৰত বিপিএফৰ বিশাল সমদল... VIDEO  •  ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ  •  নৱ শৰণীয়া নিজেই জেলৰ ভাত খোৱা মানুহ, তেওঁ আনক কি বুজনি দিবঃ বিশ্বজিত দৈমাৰী  •  আক্ৰাছুৰ ২ নেতাক অপসাৰণ  •  শুৱালকুছিত কংগ্ৰেছৰ সভাতে ভানুক উদ্দেশ্যি শিলগুটি নিক্ষেপ ছদ্মৱেশী বিজেপি সমৰ্থকৰ

অতি কমদিনৰ ভিতৰতে কৰীণা-অক্ষয়ে দিব ভাল খবৰ…

759

ডিজিটেল ডেস্কঃ বলিউদৰ জনপ্ৰিয় তাৰকা কৰীণা আৰু অক্ষয়ে অচিৰেই অনুৰাগী সকলক দিব এটা ভাল খবৰ। আহি আছে কৰীণা-অক্ষয়ৰ নতুন ছবি ‘গুড নিউজ’। ৪ বছৰৰ বিৰতিৰ মূৰত ৰূপালী পৰ্দাত একেলগে দেখা যাব বলিউদৰ এই তাৰকা দুগৰাকীক।

ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ শ্বুটিং। ছবিখনত কৰীণাৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰিব অক্ষয়ে। ছবিখনৰ পৰিছালনা কৰিছে ৰাজ মেহতাই। ধৰ্মা প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ছবিখন ছবিঘৰলৈ আহিব এই বৰ্ষৰে চেপ্তেম্বৰ মাহত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি