শেহতীয়া খবৰ
জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱা, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ...  •  ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

বিদ্যালয় খোলা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ, কোন কোন যাব পাৰিব বিদ্যালয়লৈ…

শিক্ষানুষ্ঠানৰ পাঠদান সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে নতুন নিৰ্দেশনা । নতুন নিৰ্দেশনা অনুসৰি ২১ চেপ্তেম্বৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান খোলা থাকিব । স্ব ইচ্ছাই স্কুললৈ যাব পৰিব ছাত্ৰ ছাত্ৰী সকলে । শিক্ষাৰ্থী সকলে স্কুললৈ যোৱাৰ ক্ষেত্ৰত নাই কোনো বাধ্যবাধকতা । অভিভাবক লিখিত অনুমতিলৈ বিদ্যালয়লৈ যাব পাৰিব ছাত্ৰ ছাত্ৰী সকলে ।

ইপিনে বিদ্যালয় সমূহত ৰাজ্য চৰকাৰে সতৰ্কতা মূলক ব্যৱস্থা লব লাগিব লগতে অনলাইনে পাঠদান চলি থাকিব লাগিব । শিক্ষাৰ্থী সকলে শ্ৰেণীকোঠাত সম্পূৰ্ন কোভিড প্ৰটকল মানি চলিব লাগিব । বিদ্যালয় মাস্ক আৰু হেণ্ড চেনিটাইজাৰৰ ব্যবহাৰ বাধ্যতামূলক ।

আনহাতে কন্টেইনমেন্ট জ’নত বন্ধ থাকিব বিদ্যালয় সমূহ । ২১ চেপ্তেম্বৰৰ পূৰ্বে বিদ্যালয় সমূহ পৰিস্কাৰ পৰিচন্ন কৰি তোলাৰ লগতে চেনিটাইজ কৰিব লাগিব । ইপিনে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰাৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি