অসমত কোভিড পৰিস্থিতি নিয়ন্ত্ৰনত আছে : হিমন্ত বিশ্ব শৰ্মা

অসমত কোভিড পৰিস্থিতি নিয়ন্ত্ৰনত আছে : হিমন্ত বিশ্ব শৰ্মা
  • বুধবাৰে নিউ গুৱাহাটী কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয় মুকলি কৰা হয় ।
  • কাৰ্যালয়টো মুকলি কৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
  • চানমাৰী ক'লনীত নতুনকৈ নিৰ্মান কৰা হৈছিল কাৰ্যালয়টো ।
  • অনুষ্ঠানত কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত বিশ্বজিত পেগু উপস্থিত থাকে ।।
  • ২ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা হৈছে এই কাৰ্যালয়টো ।
  • গুৱাহাটী আৰু অসমত কোভিড পৰিস্থিতি নিয়ন্ত্ৰনত আছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in