নৱবৰ্ষত গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত

নৱবৰ্ষত গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত
  • দীপক কুমাৰ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত।
  • প্ৰদীপ চন্দ্ৰ শালৈৰ স্থলাভিষিক্ত হ'ব আই পি এছ বিষয়াগৰাকী।
  • ৰাজ্যৰ আইন-শৃংখলাৰ মহাপৰিৰ্দশক আছিল কুমাৰ।
  • আজি অৱসৰ গ্ৰহণ কৰিব আৰক্ষী আয়ুক্ত প্ৰদীপ চন্দ্ৰ শালৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in