বুধবাৰে শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত তিৱা স্বায়ত্ব পৰিষদৰ সদস্যই…

বুধবাৰে শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত তিৱা স্বায়ত্ব পৰিষদৰ সদস্যই…
  • বুধবাৰে শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত তিৱা স্বায়ত্ব পৰিষদৰ সদস্যই৷
  • মৰিগাঁও পৱিতৰা হাটৰ প্ৰেক্ষাগৃহত হব এই শপত গ্ৰহণ অনুষ্ঠান৷
  • শপত গ্ৰহনৰ লগত সংগতি ৰাখি মৰিগাঁও স্কুল খেল পথাৰত এখন বিশাল জন সভা অনুষ্ঠিত হব৷
  • সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
  • ইফালে এই জনসভাত বহু কেইজন শাসকীয় দলৰ বিধায়কৰ লগতে বিজেপি দলৰ নেতাই অংশগ্ৰহন কৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in