দেশত ১৮ সহস্ৰাধিক কোৰোনাত আক্ৰান্ত…

দেশত ১৮ সহস্ৰাধিক কোৰোনাত আক্ৰান্ত…
  • দেশত যোৱা ২৪ ঘন্টাত ১৮,৯৮৭জন কোৰোনাত আক্ৰান্ত।
  • এই সময়চোৱাত ভাৰতত সুস্থ হৈছে ১৯৮০৮জন লোক।
  • আনহাতে, কোৰোনাত আক্ৰান্ত ২৪৬ জন লোকে হেৰুৱাইছে প্ৰাণ।
  • এতিয়াও ভাৰতত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২০৬৫৮৬ৰোগী।
  • উল্লেখ্য যে, বৰ্তমান সময়ত দেশত আৰোগ্যৰ হাৰ ৯৮.০৭ শতাংশ।
  • ইফালে, পজিটিভিটীৰ হাৰ ১.৪৪ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in