শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

দেশত ১৮ সহস্ৰাধিক কোৰোনাত আক্ৰান্ত…

  • দেশত যোৱা ২৪ ঘন্টাত ১৮,৯৮৭জন কোৰোনাত আক্ৰান্ত।
  • এই সময়চোৱাত ভাৰতত সুস্থ হৈছে ১৯৮০৮জন লোক।
  • আনহাতে, কোৰোনাত আক্ৰান্ত ২৪৬ জন লোকে হেৰুৱাইছে প্ৰাণ।
  • এতিয়াও ভাৰতত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২০৬৫৮৬ৰোগী।
  • উল্লেখ্য যে, বৰ্তমান সময়ত দেশত আৰোগ্যৰ হাৰ ৯৮.০৭ শতাংশ।
  • ইফালে, পজিটিভিটীৰ হাৰ ১.৪৪ শতাংশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি