অসমৰ ৰঞ্জী দলৰ নতুন প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ…

অসমৰ ৰঞ্জী দলৰ নতুন প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ…
  • অসমৰ ৰঞ্জী দলৰ নতুন প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ।
  • দায়িত্ব গ্ৰহণ কৰিলে টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ অজয় ৰাট্ৰাই।
  • শনিবাৰে দায়িত্ব গ্ৰহণ কৰে অজয় ৰাট্ৰাই ।
  • দাযিত্ব লোৱাৰ পিছতে গুৱাহাটীৰ জজ খেলপথাৰত চলি থকা ছিনিয়ৰৰ চেলেঞ্জাৰ ট্ৰফীৰ খেল প্ৰত্যক্ষ কৰে ৰঞ্জী দলৰ প্ৰশিক্ষক প্ৰশিক্ষকগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in