শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

চৰকাৰ নিৰ্দেশঃ ২০২১ৰ জুলাইলৈকে মাস্ক আৰু সামাজিক ব্যৱধান মানি চলাতো বাধ্যতামূলক…

2,822

ডিজিটেল ডেস্কঃ ২০২১ৰ লৈকে সকলোৱে পিন্ধিব লাগিব মাস্কৰ আৰু মানি চলিব লাগিব সামাজিক ব্যৱধান। কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা চৰকাৰে শেহতীয়াকৈ এই গাইডলাইন জাৰি কৰিছে। ২০২১ৰ জুলাই মাহলৈকে প্ৰযোজ্য হোৱাকৈ এই গাইডলাইন জাৰি কৰিছে চৰকাৰে। এই সময়চোৱাত চৰকাৰৰ বিনা অনুমতিত কোনো সভা-সমিতিও অনুষ্ঠিত কৰিব নোৱাৰিব। এই আৰ্দেশৰ বাবে কেৰালা চৰকাৰে Epidemic Diseases Actৰ কিছু সংশোধন কৰিব লগাও হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি