চৰকাৰ নিৰ্দেশঃ ২০২১ৰ জুলাইলৈকে মাস্ক আৰু সামাজিক ব্যৱধান মানি চলাতো বাধ্যতামূলক…

চৰকাৰ নিৰ্দেশঃ ২০২১ৰ জুলাইলৈকে মাস্ক আৰু সামাজিক ব্যৱধান মানি চলাতো বাধ্যতামূলক…

ডিজিটেল ডেস্কঃ ২০২১ৰ লৈকে সকলোৱে পিন্ধিব লাগিব মাস্কৰ আৰু মানি চলিব লাগিব সামাজিক ব্যৱধান। কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা চৰকাৰে শেহতীয়াকৈ এই গাইডলাইন জাৰি কৰিছে। ২০২১ৰ জুলাই মাহলৈকে প্ৰযোজ্য হোৱাকৈ এই গাইডলাইন জাৰি কৰিছে চৰকাৰে। এই সময়চোৱাত চৰকাৰৰ বিনা অনুমতিত কোনো সভা-সমিতিও অনুষ্ঠিত কৰিব নোৱাৰিব। এই আৰ্দেশৰ বাবে কেৰালা চৰকাৰে Epidemic Diseases Actৰ কিছু সংশোধন কৰিব লগাও হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in