শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

নতুন বছৰত গাড়ী কিনে যদি আপোনাৰ বাবে আছে এক সুখবৰ

3,327

ডিজিটেল ডেস্কঃ নতুন বছৰত গাড়ী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যদি আপোনাৰ বাবে আছে এটা সুখবৰ। দেশৰ আগশাৰীৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতি চুজুকীয়ে অহা ২৩ জানুৱাৰীত মুকলি কৰিব এখন নতুন ম’ডেলৰ ৱেগনাৰ। এই নতুন ম’ডেলৰ ৱগেনাৰখনৰ নাম ‘ৱেগনাৰ-আৰ’।

মাৰুতি চুজুকীৰ পূৰ্বৰ ৱগেনাৰতকৈ কিছু পৃথক হ’ব এই নতুন বাহনখন। পূৰ্বৰ ৱগেনৰাতকৈ এই নতুন বাহনখনৰ ওজন কিছু কম হোৱাৰ লগতে ইয়াৰ আকৃতিৰো কিছু পৰিৱৰ্তন ঘটিব।

খবৰ অনুসৰি চুইফট আৰু আৰ্টিকা বাহনৰ আকৃতিৰ হ’ব এই নতুন ম’ডেলৰ ৱেগনাৰখন। গাড়ীখনত থাকিব চাৰিটা চিলিণ্ডাৰযুক্ত ইঞ্জিন। বহুকেইটা সুবিধা উপলব্ধ এই নতুন বাহনখনৰ মূল্য পূৰ্বৰ ৱগেনাৰতকৈ কিছু সালসলনি হ’ব বুলি জানিবলৈ দিছে মাৰুতী চুজুকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি