এই বাজেট দেশৰ কৃষি ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ৰোড মেপঃ প্ৰধানমন্ত্ৰী মোডী

এই বাজেট দেশৰ কৃষি ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ৰোড মেপঃ প্ৰধানমন্ত্ৰী মোডী
  • '২০১৯ৰ বাজেট নতুন ভাৰতৰ প্ৰগতিৰ বাজেট।'
  • এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • শুকুৰবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট দাখিলৰ পিছতে এনেদৰে বাজেটৰ প্ৰশংসা কৰে মোডীয়ে।
  • 'বাজেটত দেশৰ কৃষি ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ৰোড মেপ অংকিত হৈছে।'
  • 'এই বাজেট দেশৰ উন্নয়নৰ পথত এক আশাৰ বতৰা কঢ়িয়াই আনিছে।'
  • উল্লেখ্য যে, শুকুবাৰে সদনত দাখিল কৰা হয় মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট।
  • বাজেটত কৃষি, বাণিজ্যৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ ন ন আঁচনিৰ প্ৰস্তাৱ উত্থাপন হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in