শেহতীয়া খবৰ
সন্ধিয়া মঙলদৈৰ মাজমজিয়াত জেহাদিৰ পুট্টালিকা দাহেৰে প্ৰতিবাদ  •  কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...

এই বাজেট দেশৰ কৃষি ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ৰোড মেপঃ প্ৰধানমন্ত্ৰী মোডী

333
  • ‘২০১৯ৰ বাজেট নতুন ভাৰতৰ প্ৰগতিৰ বাজেট।’
  • এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • শুকুৰবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট দাখিলৰ পিছতে এনেদৰে বাজেটৰ প্ৰশংসা কৰে মোডীয়ে।
  • ‘বাজেটত দেশৰ কৃষি ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ৰোড মেপ অংকিত হৈছে।’
  • ‘এই বাজেট দেশৰ উন্নয়নৰ পথত এক আশাৰ বতৰা কঢ়িয়াই আনিছে।’
  • উল্লেখ্য যে, শুকুবাৰে সদনত দাখিল কৰা হয় মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট।
  • বাজেটত কৃষি, বাণিজ্যৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ ন ন আঁচনিৰ প্ৰস্তাৱ উত্থাপন হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি