শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

২১ ছেপ্টেম্বৰত মুক্তি পাব ‘তুমি মোক ফাঁকি দিলা’

186

ডিজিটেল ডেস্কঃ দিনকদিনে টনকিয়াল হৈছে অসমৰ অসমৰ চলচ্চিত্ৰ জগত। মিচন চাইনাৰ অভূতপূৰ্ব সফলতাৰ পাছতে বহুকেইখন অসমীয়া ছবিক আদৰি লৈছে দৰ্শকে।

অহা ২১ ছেপ্টেম্বৰত ছবিগৃহসমূহত মুক্তি লাভ কৰিব ‘তুমি মোক ফাঁকি দিলা’ নামৰ অসমীয়া ছবিখনে। ধীৰাজ হীৰাৰ প্ৰযোজনা আৰু হাদিফ আহমেদৰ পৰিচালনাৰে নিৰ্মাণ হোৱা ছবিখনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ,কল্পনা কলিতা,নয়ন নিৰ্বানৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। উল্লেখ্য যে, ৰোমাঞ্চ, এক্সনেৰে ভৰপূৰ এই ছবিখনৰ সংগীত পৰিচালনা কৰিছে নন্দিতা ডেকাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি