শেহতীয়া খবৰ
৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....  •  ৰাজঘাটৰ 'ভিজিটৰ বুক'ত কি লিখি থৈ গ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে...  •  ৰাজঘাটত বাপুক কি দৰে শ্ৰদ্ধাঞ্জলি জনালে ট্ৰাম্প আৰু পত্নীয়ে, চাওঁক VIDEO...  •  যুৱ উন্মেষঃ এখন ব্যতিক্ৰমী স্মৰণিকাৰ কথাৰে...

থাকিবনে পুৰণি ৫০ টকীয়া নোট! জানিবলৈ পঢ়ক…

521

ডিজিটেল ডেস্কঃ অচিৰেই দেশবাসীৰ হাতত পৰিব নতুন ৫০ টকীয়া নোট। ভাৰতীয় ৰিৰ্জাভ বেংকে কৰিছে এই ঘোষণা। ৰিৰ্জাভ বেংকে টুইটাৰযোগে ৰাজহুৱা কৰা এই পোষ্টত কোৱা হৈছে যে- এই নতুন ৫০ টকীয়া নোটখনত ইতিমধ্যে হস্তাক্ষৰ কৰিছে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে। এই নতুন খনৰ আকৃতি পূৰ্বৰ মহাত্মা গান্ধী সম্বলিত নোটখনৰ সমানেই।’

উল্লেখ্য যে, এই ৫০ টকীয়া নোটখন মুকলি হলেও পূৰ্বৰ নোটখনৰ প্ৰচলনো অব্যাহত থাকিব। বিজেপি চৰকাৰে শাসনকালত বহু নতুন নোট প্ৰচলন কৰিলেও এই ৫০ টকীয়া নোটখনেই হ’ব গৱৰ্ণৰ শক্তিকান্ত দাসৰ কাৰ্যকালত মুকলি কৰা প্ৰথমখন নোট। দাসক ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল ২০১৮ চনৰ ডিচেম্বৰ মাহত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি