শেহতীয়া খবৰ
জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO  •  ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত... VIDEO  •  বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে...  •  পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক গ্ৰেপ্তাৰ...  •  গহপুৰৰ খাৰৈ নদীত সন্ধানহীন এগৰাকী বন্যাৰ্ত...  •  তিনিচুকীয়াত আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পণ...

১০ টকীয়া মুদ্ৰাৰ পাছত অচিৰেই আপোনাৰ হাতত পৰিব নতুন ২০ টকীয়া মুদ্ৰা…

387

ডিজিটেল ডেস্কঃ অতি সোনকালেই ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশত মুকলি কৰিব নতুন ২০ টকীয়া মুদ্ৰা। বৰ্তমানৰ লৈকে এই মুদ্ৰাৰ আকৃতি ৰাজহুৱা কৰা নাই যদিও দেশৰ বিত্ত মন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য।

প্ৰাপ্ত খবৰ অনসৰি , আন মুদ্ৰাৰ দৰে এই ২০ টকীয়া মুদ্ৰাটোৰ আকৃতি গোলাকাৰ নহব। পলিগন আকাৰত নিৰ্মাণ হ’বলগীয়া এই মুদ্ৰাটোৰ থাকিব ১২ টা কোণ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০০৯ চনৰ মাৰ্চ মাহত ভাৰতত মুকলি হৈছিল ১০ টকীয়া মুদ্ৰা। ইয়াৰ পাছতে দেশৰ কিছু স্থানত প্ৰচলন হোৱা নাছিল এই মুদ্ৰাটো। কিন্তু ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে ৰিজাৰ্ভ বেংকৰ সকলো মুদ্ৰাই দেশত প্ৰচলন হ’ব লাগিব। শেহতীয়াকৈ আদালতেও এই সন্দৰ্ভত এক ৰায় প্ৰধান কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি