৩৯ লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰীসহ ভাৰত-নেপাল সীমান্তত এজনক গ্ৰেপ্তাৰ

৩৯ লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰীসহ ভাৰত-নেপাল সীমান্তত এজনক গ্ৰেপ্তাৰ
  • সশস্ত্ৰ সীমা বলে বুধবাৰে গ্ৰেপ্তাৰ কৰে এজন নেপালৰ নাগৰিকক।
  • নেপালৰ নাগৰিকজনৰ পৰা উদ্ধাৰ নিচাজাতীয় সামগ্ৰী।
  • নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ৩৯ লাখ টকা।
  • ভাৰত-নেপাল সীমান্তৰ বাহৰাইচত গ্ৰেপ্তাৰ কৰা হয় নেপালৰ নাগৰিকজনক।
  • বৰ্তমানেও তদন্ত অব্যাহত আছে সশস্ত্ৰ সীমা বলৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in