শেহতীয়া খবৰ
মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত...  •  ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি...  •  দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..  •  ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত...  •  সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ...  •  কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু...  •  ৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা...  •  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা...  •  দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি...

ভগৱান ৰাম নেপালী, ভাৰতীয় নহয়ঃ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলী…

732

ডিজিটেল ডেস্কঃ নেপালৰ প্রধানমন্ত্ৰী কে পি শৰ্মা অলীয়ে কৰিছে এক বিতৰ্কিত মন্তব্য। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, নেপালৰ প্রধানমন্ত্ৰীগৰাকীয়ে কয়- ‘অযোধ্যা নেপালত আছে। ভাৰতে এখন নকল অযোধ্যাহে বিশ্বৰ সন্মুখত দেখুৱাই ৰাখিছে।’

তেওঁ লগতে কয় যে, ‘ভগৱান ৰাম নেপালী হয়। ভাৰতীয় নহয়।’ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী অলীয়ে নিজ বাসভৱনত আয়োজিত এক অনুষ্ঠানত ভাৰতে নকল অযোধ্যাহে বিশ্বৰ সন্মুখত দেখুৱাই ৰাখিছে বুলি কয়। অযোধ্য ভাৰতত নহয়, প্ৰকৃততে নেপালৰ বাল্কিমী আশ্ৰমৰ সমীপত আছে বুলি মন্তব্য কৰে তেওঁ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি