নেপালত বান আৰু ভূমিস্খলনৰ সংহাৰী ৰূপঃ নিহত ৪৩ জন, সন্ধানহীন ২০ জন

নেপালত বান আৰু ভূমিস্খলনৰ সংহাৰী ৰূপঃ নিহত ৪৩ জন, সন্ধানহীন ২০ জন
  • নেপালত বান আৰু ভূমিস্খলনৰ ভয়ংকৰ পৰিস্থিতি।
  • চুবুৰীয়া ৰাষ্ট্ৰখনত ধাৰাসাৰ বৰষুণৰ পিছতে বানে ধাৰণ কৰিছে বিধ্বংসী ৰূপ।
  • পাহাৰৰ মাটি খহি সৃষ্টি কৰিছে ত্ৰাসৰ।
  • নেপাল আৰক্ষীয়ে সদৰি কৰা মতে, বান আৰু ভূমিস্খলনত এতিয়ালৈকে মৃত্যু ঘটিছে ৪৩ জন লোকৰ।
  • ইফালে সন্ধানহীন হৈ ঐছে ২৪ জন লোক।
  • ভূমি স্খলনৰ ফলত আহত হৈছে ২০ জন লোক।
  • ৰাষ্ট্ৰখনত বানপীড়িত অঞ্চল সমূহত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in