শেহতীয়া খবৰ
ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...  •  দিল্লী আৰক্ষীৰ নতুন আয়ুক্তৰূপে এছএন শ্ৰীবাস্তৱক নিযুক্তি…  •  কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...  •  যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ

উৰণৰ সময়তে নিয়ন্ত্ৰণহীন হৈ দুৰ্ঘটনাগ্ৰস্ত বিমান, বৈমানিকসহ নিহত ৩…

1,169
  • নেপালৰ খোলুখুম্বাৰ তেনজিং-হিলোৰী বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত এখন বিমান।
  • বিমান দুৰ্ঘটনাটোত থিতাতে নিহত হয় বৈমানিক আৰু ২জন আৰক্ষী জোৱান।

  • বিমানখন উৰিবলৈ লোৱা সময়ত নিয়ন্ত্ৰণহীন হোৱাৰ পাছত দুৰ্ঘটনাত পতিত হয়।
  • ইফালে, ৩জনকৈ লোক গুৰুতৰভাৱে আহত হয়।
  • আহত কেইজনক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি