উৰণৰ সময়তে নিয়ন্ত্ৰণহীন হৈ দুৰ্ঘটনাগ্ৰস্ত বিমান, বৈমানিকসহ নিহত ৩…

উৰণৰ সময়তে নিয়ন্ত্ৰণহীন হৈ দুৰ্ঘটনাগ্ৰস্ত বিমান, বৈমানিকসহ নিহত ৩…
  • নেপালৰ খোলুখুম্বাৰ তেনজিং-হিলোৰী বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত এখন বিমান।
  • বিমান দুৰ্ঘটনাটোত থিতাতে নিহত হয় বৈমানিক আৰু ২জন আৰক্ষী জোৱান।
  • বিমানখন উৰিবলৈ লোৱা সময়ত নিয়ন্ত্ৰণহীন হোৱাৰ পাছত দুৰ্ঘটনাত পতিত হয়।
  • ইফালে, ৩জনকৈ লোক গুৰুতৰভাৱে আহত হয়।
  • আহত কেইজনক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in