শুকুৰবাৰে ভূমিকম্পই জোঁকাৰি গ'ল নেপাল।ভূমিকম্পৰ অভিকেন্দ্ৰ কাঠমাণ্ডুৰ পৰা ৬৬ কিঃমিঃ দূৰৈত।ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৪.৭।বৰ্তমানলৈ কোনো ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই।